তুমি মোক ভাল নাপালেওঁ মই সূখী
তুমি মোক ভাল নাপালেওঁ মই সূখী
✍ শ্বাহানুৰ ইছলাম
তুমি মোক ভাল নাপালেওঁ
.....................মই সুখী
তুমি কি ভাৱিছিলা ???
চৱ প্ৰেমিকেই দেৱদাস ???
মজনু ???
নতুবা ৰুমি'অ ???
তুমি কি ভাৱিছিলা ???
তোমাক নাপাই
মই বিষৰ পিয়লা চুমিম!
তোমাৰ দৰে নিলাজ হম ???
অইনৰ বিছনাত
নিজকে বিক্ৰি কৰা
প্ৰেমিকা মোৰ নালাগে
ৰূপ-যৌৱনৰ লালসা
কিমানজনক দেখাবা
জানি থোৱা
শিলৰো মৃত্যু আছে...
সূৰ্য্যইও লাজত মুখ লুকায়
যেতিয়া মেঘে গৰ্জে
আৰু তুমি ???
হু........
সেইবাবেই তুমি মোক
ভাল নাপালেওঁ মই সুখী
--------------*****--------------
Comments
Post a Comment