স্ব -ৰচিত কবিতা এখন কবিতা পাঠক পাঠিকা সকললৈ আগবঢ়ালো ভাল বেয়া যিকোনো মন্তব্য আগবঢ়াব বুলি আশা থাকিল। সকলোৱে আকোঁৱালি লোৱাৰ আশাৰে ....কবিতা
প্ৰেয়সী....
লিখক
শ্বাহানুৰ ইছলাম
হে মোৰ মৰমৰ প্ৰেয়সী !
থাকিছানে কেতিয়াবা নীৰৱে.....
অকলশৰে জোনাক ৰাতি....???
অকলশৰীয়া জোনাকটোৱে
বুকুত গভীৰ যন্ত্ৰনালৈ
ছট্ ফটাইছে তৰাবোৰৰ বাবে...???
সিহঁতে অকলে থাকিও
মৰম বিয়পাইছে
দূৰ দূৰান্তত থকা
প্ৰেমিকলৈ.......
শুনিবলৈ পাইছো...
তোমাৰ প্ৰেমত পৰি হেনো
অসংখ্য প্ৰেমিকে
মৃত্যুৰ পিয়লা চুমিছে ???
ধেৎ চাল্লা.......
বিৰাট এটা নিমিলা অংক
কেতিয়াবা বুকুৰ
গভীৰ কোণত প্ৰশ্ন জাগে
প্ৰেয়সী !!!...
তুমি সচাই নিঠৰুৱানে ???
তুমি সচাকৈয়ে মৰিচিকানে ???
তুমি সচাই !!!
জীৱ নে ??????
--------------*****-------------


Comments
Post a Comment