-----অভিশপ্ত সপোনবোৰ------
-----অভিশপ্ত সপোনবোৰ------
✍ শ্বাহানুৰ ইছলাম
____________________
আহিবাচোন কেতিয়াবা
হৃদয় দলিচাত.....
মনৰ ভিতৰত সাচি থোৱা
মৰমবোৰক সুধিবলৈ...
মোৰ প্ৰেমৰ সূতবোৰ
বৈ যাবলৈ
কোনো নিৰ্ধাৰিত
সময় নালাগে
ফাগুন...বসন্ত.....
ধুমুহা নাইবা ভূমিকম্প
একোকে নামানে....
প্ৰতিদিনে কবিতা লিখি
সতেজ কৰি তুলো
তোমাৰ আৰু মোৰ
সেমেকি যোৱা সেই
পুৰণি স্মৃতিবোৰ...
তুলিকাটো হাতত লৈ
আজিও ছঁবি আকো
তুমি দেখোৱা......
সেই অভিশপ্ত সপোনবোৰৰ...
_________*****________
https://m.facebook.com/story.php?story_fbid=1425423370878152&id=100002315078110


Comments
Post a Comment