কইনাধৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
#কইনাধৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
গঁড় হত্যা ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰক সমালোচনা
অনাময়ৰ চৰকাৰী সভাত সাধু-সন্তৰ সমাৱেশ কিয়?
সংবাদমেলত তৰুণ গগৈৰ প্ৰশ্ন
আশীৰ্বাদ দিবলৈ আমাৰ সত্ৰাধিকাৰসকলক নানিলে কিয়?
চৰকাৰ পৰিচালিত হৈছে RSSৰ নেতৃত্বতঃ গগৈ
সকলোতে এতিয়া ছিণ্ডিকেট বাঢ়িছে
অসমত আইন-শৃংখলা অৱনমিত হৈছে
ন্যায়াধীশক আক্ৰমণৰ ঘটনাই ইয়াৰ প্ৰমাণঃ গগৈ
গুৱাহাটী কৰ্কট চিকিত্সালয় আমাৰ দিনত নিৰ্মাণ হৈছিল
আমি কৰা কামত সোণোৱাল চৰকাৰে কৃতিত্ব লৈছেঃ গগৈ
সকলো মেনেজ কৰি এইমছ চাংসাৰিতে নিৰ্মাণ কৰিবঃ গগৈ


Comments
Post a Comment