Blood Moon ! আজি শতিকাৰ আটাইতকৈ দীৰ্ঘতম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হব বিশ্ব
আজি ২১ শতিকাৰ আটাইতকৈ দীঘল পূৰ্ণ চন্দ্ৰগ্ৰহণ । সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পাব “ব্লাড মুন” |
শতিকাৰ আটাইতকৈ দীৰ্ঘতম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হব বিশ্ব |
শতিকাৰ আটাইতকৈ দীৰ্ঘতম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হব বিশ্ব |
নিশাৰ পৰা ২৮ জুলাইৰ পুৱতি নিশালৈ হ’বলগীয়া এই চন্দ্ৰগ্ৰহণৰ সময় হ’ব ১ ঘন্টা ৪৩ মিনিট । বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ ।
নিশা ১ বাজি ৫১ মিনিটত চন্দ্ৰগ্ৰহণ সৰ্ব্বোচ্চ স্তৰত থাকিব আৰু সেয়াই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ হ’ব । অৱশ্যে প্ৰথম অৱস্থাত এই চন্দ্ৰগ্ৰহণ খালী চকুৰে দেখা পোৱা নাযাব যদিও লাহে লাহে গ্ৰহণৰ প্ৰভাৱ খালী চকুৰে দেখা পোৱা যাব ।
উল্লেখ্য যে, উত্তৰ আমেৰিকাৰ বাহিৰে পৃথিৱীৰ সকলো দেশৰ পৰা দৃশ্যমান হ’ব এই দীৰ্ঘলীয়া পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ । এতিয়া এই বিৰল মহাজাগতিক পৰিঘটনালৈ দৃষ্টি নিবদ্ধ সকলোৰে ।
Share it on


Comments
Post a Comment