বেশ্যা

                বেশ্যা
   
                             ✍️ শ্বাহানুৰ ইছলাম।

তোমাৰ অন্তৰত সাজিছিলো ঘৰ
থাকিম সজতনে আমি চীৰন্তৰ
সেই ঘৰ আজি দখল কৰিলে
নতুনকৈ গঢ়িলে ঘৰ।

ভঙা হৃদয়ত আহিছিলে প্রিয়া
আকোঁৱালি ললো তাইক
প্ৰেম নহয় যেন স্বৰ্গ পালোঁ মই
হলো বলিয়া অজানিত।

হঠাৎ এদিন ৰাতি
হৃদয় দুৱাৰ ভাঙি
তাইও পলাই গ'ল
বেশ্যা বজাৰত বিক্ৰী কৰি প্ৰেম
তাইও বেশ্যা হ'ল।।
__________★★★★★___________

Comments

Popular Posts