তুমি অনন্ত.......
লিখক,
শ্বাহানুৰ ইছলাম
মই নিষিদ্ধ !!!
মই নিস্তপদ্ধ !!!
বহু বাধা বুকুত লৈ ফুৰিছো,
মই অকালন্ত !!!
মই ধুলি কনা,
তুমি অফুৰন্ত !!!
মই মৰিচীকা,
তুমি জলন্ত !!!
মই নিৰ্বাজ এটি প্ৰানী,
তুমি অনন্ত !!!
তুমি অনন্ত !!!
তুমি অনন্ত !!!
∆∆ধন্যবাদ।∆∆


Comments
Post a Comment