আচলতে RSS কি ??? *ভাৰতবৰ্ষত বাস কৰা মুছলিম সকল, সচাকৈয়ে ভাৰতীয় নে ???

*RSS কি ???
      ভাৰতৰ সংবিধানত স্পষ্ট ভাৱে সন্নিবিষ্ট হৈ আছে প্ৰশ্নৰ উত্তৰ সমূহ : (তথ্য সংগ্ৰহীত)
                       পৃষ্ঠা নং - ১৫৬
                     (১৫ আগষ্ট ১৯৪৭)

আৰ,এছ,এছ হল দেশৰ প্ৰধান শত্ৰু ! স্বাধীনতা সংগ্ৰামত এই সংগঠনটোৱে দেশৰ পাতাকাত জুই লগাইছিল ।ইংৰাজৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল,দেশৰ স্বাধীনতা আন্দোলন কাৰী সকলৰ বিৰুদ্ধে । এই সংগঠনৰ নেতা নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিছিল । সেইবাবে আৰ,এছ,এছক ব্যন কৰা হল ।
     আকৌ ১৯৫৬ চনত কেইটামান চৰ্তৰ ভিত্তিত আৰ,এছ,এছৰ পৰা ব্যন উঠাই লোৱা হল ।
চৰ্তকেইটা হল :
১. আৰ,এছ,এছে কেতিয়াও ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰিব ।
২. সংবিধানত অংশগ্ৰহণ কৰিব নোৱাৰিব ।
৩. দেশভক্ত দল হিচাপে কেতিয়াও স্বীকৃতি দিয়া নহব ।
৪. ই কেৱল এটা সংগঠন হিচাপেহে থাকিব ।

   *ভাৰতবৰ্ষত বাস কৰা মুছলিম সকল, সচাকৈয়ে ভাৰতীয় নে ???
                           পৃষ্ঠা নং - ১৩২
                        (১৫ আগষ্ট ১৯৪৭)
   দেশ বিভক্ত হোৱাৰ পিছত যিসকল মুছলিমে ভাৰতত স্বইচ্ছায় থাকিব বিচাৰে , তেওঁলোকে সন্মান সহকাৰে ভাৰতত থাকিব পাৰিব ।
কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষে  স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু দেশৰ হৈ বলিদান দিছিল ।
   কিন্তু বৰ্তমান, সংবিধানক চৰ্তসমূহ সম্পূৰ্ণভাৱে উলট-পালট কৰি আজি বিজেপিয়ে ওলোটাকৈ মুছলমানক দেশদ্ৰোহী আৰু আৰ,এছ,এছক দেশভক্ত হিচাপেহে আখ্যা দি আছে ।
ছদ্মবেশী বিলাকে যেতিয়া ইতিহাসক বিকৃত কৰি মুছলমানক দেশদ্ৰোহী বুলি স্বীকৃতি দিয়ে তেতিয়া সচেতন নাগৰিকেও তেওঁলোকৰ ইতিহাসটো জনা উচিত ।
আহক আমি সকলোৱে মিলি ভাৰতবৰ্ষক এখন  সাম্প্ৰদায়িক মুক্ত দেশ হিচাপে গঢ়ি তোলো ।
কিন্তু  দুৰ্ভাগ্যৰ বিষয় এয়ে যে এই আৰ এছ এছৰ কথা মতে এতিয়া আমাৰ দেশ আৰু আমাৰ অসম চলি আছে, শংকৰ আজানৰ দেশত দেশৰ হৈ শ্বহীদ হোৱা মহান ব্যক্তিসকলক পাহৰি  আৰ এছ এছৰ এজন দেশদ্ৰোহী "দীনদয়াল উপাধ্যায়"ৰ নামত অসমৰ শিক্ষানুষ্ঠান বনাবলৈ ওলাইছে আমাৰ তথাকথিত "জাতীয় নায়কৰ" চৰকাৰে।
এই খিনিতে সুধাকন্ঠ ড. ভূপেন হাজৰিকা দেবৰ গীতৰ কলি এটা মনত পৰিল ।
"আমি অসমীয়া নহও দূখীয়া
বুলি শান্তনা লভিলে নহব
আজিৰ অসমীয়াই নিজক নিচিনিলে
অসম ৰসাতলে যাব"
গতিকে এতিয়াও সময় আছে সজাগ হওঁক ।
বাংলাদেশী আৰু আৰ এছ এছ মুক্ত অসম গঢ়ক
ভাল লাগিলে Share কৰিব ।
              ধন্যবাদেৰে
          শ্বাহানুৰ ইছলাম।

Comments

Popular Posts