বেস্যা
বেস্যা
✍️ Shahanur Islam II
তোমাৰ অন্তৰত সাজিছিলো ঘৰ
থাকিম সজতনে আমি চিৰন্তৰ
সেই ঘৰ আজি দখল কৰিলে
নতুনকৈ গঢ়িলে ঘৰ।
ভঙা হৃদয়ত আহিছিলে প্রিয়া
আকোঁৱালি ললো তাইক
প্ৰেম নহয় যেন স্বৰ্গ পালোঁ মই
হলো বলিয়া অজানিত।
হঠাৎ এদিন ৰাতি
হৃদয় দুৱাৰ ভাঙি
তাইও পলাই গ'ল
বেস্যা বজাৰত বিক্ৰী কৰি প্ৰেম
তাইও বেস্যা হ'ল।।


Comments
Post a Comment