মেঘ ৰঞ্জনী ✍ শ্বাহানুৰ ইছলাম ।
গিৰ গিৰ গিৰ গিৰ শব্দ কৰি যৌৱনে জিলিকা ৰেঙনী ধৰি কলৈনো দৌৰিছা মেঘ ৰঞ্জনী ?
এটুপ এটুপ কৰি মুকুতাৰে গড়ি জোৱাৰ উঠালি নৈ জান জুৰি
ডেকা গাভৰু হাতে হাত ধৰি জিকে তোৰ মুকুতাত মৰম উজাৰি ।
আহিবিচোন যাওঁতে মোৰে পদূলি কাণে কাণে পাতিম কথা তোকে সাৱটি ______*****_______
Comments
Post a Comment