হা-ডু-ডু খেল।

আজি কলগাছিয়া আৰু বালাৰ পাথাৰ গাওঁৰ মধ্য প্ৰান্তত অৰ্থাৎ কে.বি মাৰ্কেটত এক ব্যপক প্ৰস্তুতিৰে হা-ডু-ডু খেলৰ এক মহা আয়োযন কৰা হৈছে।
উক্ত খেলখনত মূখ্য অতিথি হিচাপে উপস্তিত হৈছে জনীয়া সমষ্টিৰ বিধায়ক সন্মানীয় আঃ খালেক চাহাব। খেলখন সূচাৰু ৰুপে পৰিচালনা কৰি আছে কে কে পাঠক হাই স্কুলৰ হিন্দি শিক্ষক মাননীয় শহিদুল ইছলাম চাহাব আৰু সাজেদ আলী। খেলখনৰ সভাপতি আৰু সম্পাদক ক্ৰমে মিৰ্জা মফিজ উদ্দিন,লালমাহমুদ মিঞা।
অসমৰ মিঞা সকলে খেলি থকা এই খেলবোৰ ক্ৰমান্বয়ে বিলুপ্তিৰ পথৰ পৰা লুপ্ত নহবলৈ খেলখন পুনৰ সজাগ কৰি তুলি নিয়াৰ এই ব্যপক প্ৰস্তুতিক মই সচাকৈয়ে সলাগ লৈছো।
অবশেষত কিমিটিৰ সমূহ কৰ্মীবন্ধুলৈ আন্তৰিক অভিন্দন যাচিলো।
ধন্যবাদেৰে শ্বাহানুৰ ইছলাম

Comments